May 18, 2025 8:28 PM
অসমত এখন এথলেটিক একাডেমী স্থাপন কৰা হ’বঃ জয়ন্ত মল্ল বৰুৱা
ৰাজ্যত এখন এথলেটিক একাডেমী স্থাপন কৰা হ'ব। এথলেটিক ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে। ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্রগতি...