May 18, 2025 8:28 PM May 18, 2025 8:28 PM

views 13

অসমত এখন এথলেটিক একাডেমী স্থাপন কৰা হ’বঃ জয়ন্ত মল্ল বৰুৱা

ৰাজ্যত এখন এথলেটিক একাডেমী স্থাপন কৰা হ'ব। এথলেটিক ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে। ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্রগতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু অসম এথলেটিক এছোচিয়েছনৰ উদ্যোগত এই একাডেমী স্থাপন কৰা হ'ব। শ্ৰীবৰুৱাই আজি এছোচিয়েছনৰ বিষয়াসকল, প্রাক্তন খেলুৱৈ তথা প্ৰশিক্ষকৰ উপৰি স্থপতিবিদসকলৰ সৈতে সৰুসজাই অঞ্চলত উপযুক্ত স্থানৰ সন্ধানত জৰীপ চলায়। বিভিন্ন ক্ষেত্ৰত হোৱা প্ৰগতিৰ সমান্তৰালকৈ ৰাজ্যত ক্রীড়াৰ ইতিবাচক পৰিবেশ...