ডাউনলোড
মোবাইল এপ

android apple
signal

April 16, 2025 8:22 PM

কংগ্ৰেছক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত নিকৃষ্টমানৰ ৰাজনীতি কৰাৰ অভিযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত নিকৃষ্টমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰিছে। ঋষিকেশত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধি বলবৎকাৰী সঞ্চালক...