December 19, 2024 7:26 PM

views 39

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰে'লমন্ত্ৰীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰে’লগাড়ীসমূহ ঘূৰিপকি যোৱা পথৰ পৰিৱৰ্তে হ্ৰস্বতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডি...

July 24, 2024 10:35 AM

views 23

বাজেটত ৰে’ল বিভাগত আবণ্টন দিয়া পুঁজি ঐতিহাসিক : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বাজেটত ৰে'ল বিভাগৰ বাবে আবণ্টন দিয়া পুঁজিক ঐতিহাসিক বুলি অভিহিত কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী বৈষ্ণৱে কয় যে ৰে'লৱেৰ বাবে বাজেটত দুই লাখ ৬২ হাজাৰ ২০০ কোটি টকাৰ আৱন্টন দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ৰে'ল বিভাগে বৃহৎ উত্থান লাভ কৰিব। তেঁও লগতে কয় যে বাজেটত এক লাখ ৮ হাজাৰ কোটি টকা সুৰক্ষা সম্পৰ্কীয় কাম-কাজৰ বাবে ধাৰ্য কৰা হৈছে। ২০১৪ চনত এই পৰিমাণ মাত্র ৩৫ হাজাৰ কোটি টকা আছিল । তেওঁ লগতে কয় যে বাজেটত সুৰক্ষা, সামর্থ্য বিকাশ আৰু ৰে...