November 21, 2025 9:20 PM

views 20

ছিংগাপুৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ বৈঠক

ইলেকট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি ছিংগাপুৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীবৈষ্ণৱে কয় যে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থাই দেশৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পসমূহক সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ অংশীদাৰ হৈছে। শ্রীবৈষ্ণৱে লগতে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অভিযন্তা আৰু কাৰিকৰী দিশৰ লগত জড়িত লোকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিষয়া তথা ঔদ্যোগিক গোটসমূহৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ উপ-প্রধানমন্ত্ৰী আৰু বাণিজ্য তথা উদ...

September 11, 2025 8:32 PM

views 13

লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয়াথন ২০২৫ৰ অধিৱেশনত মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী আৰু মেক ইন ইণ্ডিয়াৰ অধীনত দেশখনে দ্রুত গতিত তথ্য, প্রযুক্তি আৰু বৈদ্যুতিক সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি জয়পুৰত লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয়াথন ২০২৫ৰ অধিৱেশনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে তথ্য, প্রযুক্তি খণ্ডত ভাৰতৰ অগ্ৰগতি বিশ্বব্যাপি চৰ্চাৰ কেন্দ্ৰত পৰিণত হৈছে। তেওঁ জনোৱা অনুসৰি দেশত ১১ লাখ কোটি টকা মূল্যৰ বৈদ্যুতিক সামগ্ৰী উদ্যোগ গ...

August 30, 2025 11:01 PM

views 15

ভাৰতত বিগত এঘাৰ বছৰত বৈদ্যুতিক আহিলা উৎপাদন ছগুণ বৃদ্ধি

বিগত এঘাৰ বছৰত ভাৰতত বৈদ্যুতিক আহিলা উৎপাদন ছগুণ পর্যন্ত বৃদ্ধি হৈ ১১ কোটি ৫০ লাখ উৎপাদন মূল্য লাভ কৰিছে। ৩ লাখ কোটিৰো অধিক বৈদ্যুতিক সামগ্ৰী ৰপ্তানি কৰাৰ লগতে ২৫ লাখ লোক প্রত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপিত হৈছে। কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি উত্তৰ প্ৰদেশৰ নয়দাত দেশৰ প্ৰথমটো টেম্পাৰ্ড গ্লাছ নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে টেম্পাৰ্ড গ্লাছ মোবাইল ফোনসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আনুসাংগিক অংশ আৰু ইয়াৰ থলুৱা উৎপাদন মেক ইন ইণ্ডিয়াৰ সফ...

February 3, 2025 7:39 PM

views 19

মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সাংবাদিকৰে মত বিনিময়

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত অঞ্চলটোৰ বাবে মুঠ ৪ হাজাৰ ৬ কোটি টকা ৰে'ল বিভাগলৈ আৱণ্টন কৰাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ ৫ হাজাৰ ৯১৫ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আবেলি নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত সাংবাদিকসকলৰ আগত এই বিষয...