January 17, 2025 10:32 AM January 17, 2025 10:32 AM

views 3

স্বামিত্ব আঁচনিৰ অধীনত কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীক স্বামিত্ব আঁচনিৰ অধীনত ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰীপৰ বাবে অত্যাধুনিক ড্রোণ প্ৰযুক্তিৰ মাধ্যমেৰে পৰিয়ালসমূহক অধিকাৰৰ অভিলেখ প্ৰদান কৰি গ্ৰামাঞ্চলৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰিছে। আঁচনিখনে সম্পত্তিৰ মুদ্ৰাকৰণত সুবিধা প্ৰদান কৰাৰ লগতে বেংক ঋণৰ জৰিয়তে প্রতিষ্ঠানগত...