March 24, 2025 8:26 PM March 24, 2025 8:26 PM
5
বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অডিঅ’ বাৰ্তা সন্দৰ্ভত তদন্তৰ দাবী বিধায়ক মানৱ ডেকাৰ
অসম বিধানসভাত আজি বিজেপিৰ মানৱ ডেকাই চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰাজ্যত চলি থকা দুর্নীতি, ছিণ্ডিকেট আৰু ৰেট হোল মাইনিঙৰ সন্দৰ্ভত যোৱা ৫ মাৰ্চত সোধা প্ৰশ্ন আৰু পৰৱৰ্তীকালত সামাজিক মাধ্যমত ভাইৰেল হোৱা বিধায়ক তালুকদাৰৰ বুলি অভিযোগ কৰা এটা অডিঅ' বাৰ্তাৰ প্ৰসংগ উত্থাপন কৰে। বিধায়ক মানৱ ডেকাই এই অডিঅ' বার্তা সন্দৰ্ভত তদন্ত হ'ব লাগে বুলি দাবী জনায়। বিধায়ক মনোৰঞ্জন তালুকদাৰে অডিঅ' বাৰ্তাৰ সত্যাসত্য নিৰূপণৰ বাবে তেওঁ প্ৰয়োজন সাপেক্ষে আদালতৰ দ্বাৰস্থ হ'ব বুলি প্ৰকাশ কৰে। বিষয়টোত হস্তক্ষে...