ডাউনলোড
মোবাইল এপ

android apple
signal

May 17, 2025 8:54 PM

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি ন...