September 2, 2025 11:36 AM

views 21

২০২৬ চনত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। কালি জাৰি কৰা অধিসূচনা অনুসৰি শিক্ষাৰ্থীসকলে অহা ৪ অক্টোবৰলৈ অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। একেদৰে শিক্ষাৰ্থীসকলে ১০ অক্টোবৰলৈকে অনলাইন মাচুল জমা দিয়াৰ লগতে চালান সংগ্ৰহ কৰিব পাৰিব। ষ্টেট বেংক অৱ ইণ্ডিয়াত চালানযোগে মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ। প্ৰ পত্ৰত কিবা আঁসোৱাহ থাকিলে ২০ অক্টোবৰলৈকে শুধৰণি কৰিব পাৰিব। উল্লেখযোগ্য যে বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষা...