April 2, 2024 7:25 PM

views 40

বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটত বৰপেটা জিলা দলৰ বিজয়

♦ ৰাজ্যৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত দক্ষ ক্ৰিকেট খেলুৱৈ সৃষ্টিৰ বাবে অসম ক্রিকেট সংস্থাৰ অধীনৰ ক্ৰিকেট একাডেমীসমূহৰ মাজত বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বৰপেটা মণ্ডলৰ চূড়ান্ত খেলখনত আজি বৰপেটা জিলা দল বিজয়ী হয়। এই জয়ৰ ফলত বৰপেটা জিলা দলটোৱে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত পৰ্যায়ৰ লীগ খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। উল্লেখযোগ্য যে অসম ক্রিকেট সংস্থাৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক পুলিন দাসৰ স্মৃতিত সংস্থাটোৱে এই প্রতিযোগিতা অনুষ্ঠিত কৰিছে।

April 2, 2024 12:22 PM

views 17

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক

♦ গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনত ধুমুহা, শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতি আৰু এইক্ষেত্ৰত গ্ৰহণ কৰা সাহায্য অভিযানৰ সন্দৰ্ভত আলোচনা কৰা হয়। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা  লগতে ধ...

April 2, 2024 11:53 AM

views 80

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত কালি তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। Read More News : অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী এই অধিসূচনা অনুসৰি প্ৰথম পৰ্যায়ত নির্বাচন হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীবাজ ...