November 6, 2024 10:34 AM

views 35

উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

■ ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত নির্বাচনী প্ৰচাৰ সভাতো অংশগ্রহণ কৰিব। আজি চিদলী বিধানসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলেও নির্বাচনী প্ৰচাৰ সভাত অংশ ল'ব । সমষ্টিটোত বি পি এফ প্রা...

November 5, 2024 2:27 PM

views 48

ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছে। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন...

November 2, 2024 6:19 PM

views 33

উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্রজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। ইফালে, বিহালী বিধানসভা সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু...

November 1, 2024 7:25 PM

views 48

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত আজি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। চামগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিপুৰঞ্জন শৰ্মাৰ হৈ কেবিনেট মন্ত্রী তথা ব...

October 16, 2024 7:56 PM

views 39

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচন উপলক্ষে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

 ৰাজ্যৰ ৫ টা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিকেইটাত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ'ব। সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ হৈ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই এখন সংবাদমেলৰ আয়োজন কৰি ৰাজ্য জটিল বিত্তীয় সংকটৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰি আসন্ন উপ নির্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত এখন কল্যাণকামী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ৰাইজক আহ্বান জনা...

July 20, 2024 1:02 PM

views 27

ছেপ্তেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ সম্ভাৱনা

চলিত বছৰৰ ছেপ্তেম্বৰ মাহত ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নির্বাচন হোৱাৰ সম্ভাৱনা আছে। কালি অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে, বৰ্তমানৰ অসম বিধানসভা ২০২১ চন অৰ্থাৎ‍সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নির্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কৈছে যে, এই উপ নির্বাচনত ২০২৩ চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ'ব। সেয়ে এই ৫টা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তাল...

June 5, 2024 12:00 PM

views 31

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা

দেশৰ বিভিন্ন ৰাজ্যৰ ২৫খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নির্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই আসনৰ ১১খন বিজেপিয়ে, কংগ্ৰেছে ৭খন সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে দুখনকৈ, চি পি আই (এম এল), জে এম এম আৰু বি এ পিয়ে এখনকৈ আসন লাভ কৰিছে। বিজেপিয়ে গুজৰাট ৫খন আৰু হাৰিয়ানাত এখন আসনত জয়লাভ কৰিছে। হিমাচল প্রদেশত বিজেপিয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৪খন আসনত বিজয়ী হৈছে। বিহাৰৰ একমাত্ৰ আসনখন চি পি আই (এম এল)য়ে লাভ কৰিছে। ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চাই ১খন আৰু কৰ্ণাটকত কংগ্ৰেছে ১খন আসন দখল কৰিছে।...