April 10, 2024 5:27 PM

views 21

আসন্ন লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিতকৰণৰ উদ্দেশ্যে অসমৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাৰ শপত গ্ৰহণ

অসমত আসন্ন লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাই শপত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সৈতে সহযোগিতামূলক প্রচেষ্টা হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ পূৰ্বে আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই সন্দৰ্ভত কয় যে, এই পদক্ষেপৰ জৰিয়তে মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰাটো নিশ্চিত হ'ব। বিষয়াসকলে লগত...

April 10, 2024 11:07 AM

views 53

লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ ৪০ লাখ মহিলাই শপত ল’ব

অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪০ লাখ মহিলাই শপত ল'ব। আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই কথা প্রকাশ কৰে। তেওঁলোকে কয় যে, মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে, ৰাজ্যখনত বৰ্তমানলৈকে ১২৭ কোটি টকাৰ সুৰা আৰু অন্যান্য সামগ্রী জব্দ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে, অনাধিকৃত সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা বাবে ৰাজ্যখনত ফ্লায়িং স্কোৱাদ আৰু নিৰীক্ষণ দল নিয়োগ কৰা হৈছে। তেওঁলোকে লগতে কয...