July 21, 2024 7:01 PM
21
বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন
বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতনি যাত্রা অব্যাহত আছে। বাংলাদেশৰ ঢাকা, মানিকগঞ্জ, বগুৰাকে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ধুবুৰী জিলাৰ ছাত্ৰ-ছাত্ৰীসকলো সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছে। আজিলৈকে ধুবুৰী আৰু গৌৰীপুৰত মুঠ ছজন ছাত্ৰ-ছাত্ৰীক ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত ঘূৰাই অনা হৈছে। একেদৰে শিৱসাগৰ জিলাৰো এজন ছাত্ৰ হিংসাত্মক পৰিস্থিতিৰ মাজেৰে ঘুৰি আহিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্যৰ ১৫ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দল ...