April 27, 2025 10:44 AM

views 11

নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্রেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বাধা আৰোপ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্রেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ তথা আগতীয়াকৈ ৰাজহুৱা কৰাৰ লগতে ছীল ভঙাৰ অভিযোগত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিদ্যালয়সমূহত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ সকলো প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে পৰিষদে নিৰ্দেশ দিছে। বগৰিগুৰি এডভান্স একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আলফা-বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, এছ এ এছ ইণ্টাৰনেচনেল মডেল স্কুল,...