July 14, 2024 7:53 PM July 14, 2024 7:53 PM
13
২৩ জুলাইৰ পৰা চাৰিদিনীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বার্ষিক অধিৱেশন
গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰাথমিক বিদ্যালয় শিক্ষকৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বার্ষিক অধিৱেশনখন অহা ২৩ জুলাইৰ পৰা চাৰিদিনীয়াকৈ হাইলাকান্দিত অনুষ্ঠিত হ'ব। হাইলাকান্দি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ ব্যৱস্থাপনাত চহৰখনৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনৰ শ্ল'গান হৈছে – ‘শিক্ষাই জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ পথ’ আৰু ‘শিশু শ্রমিক বন্ধ কৰক, শিশুক বিদ্যালয়লৈ পঠিয়াওক’। উল্লেখযোগ্য যে ১৯৪৯ চনৰ ২৩ নৱেম্বৰত অবিভক্ত কাছাৰ জিলাৰ শিলচৰ চহৰত ককা...