November 23, 2025 6:53 PM
6
অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত...