September 26, 2024 7:53 PM

views 29

জনস্বাস্থ্য কাৰিকৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ২৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্ৰদান

ৰাজ্য চৰকাৰে আজি জনস্বাস্থ্য কাৰিকৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ২৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্ৰদান কৰে। ইয়াৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা পদত ৮১ গৰাকী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী বিষয়া পদত ১০০ গৰাকী আৰু বিত্তীয় ব্যৱস্থাপনা পদত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নৱনিযুক্ত প্রার্থীসকলক অভিনন্দন জ্ঞাপন কৰি নিষ্ঠা, সততা আৰু উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে, অসমে...