December 16, 2025 12:07 PM December 16, 2025 12:07 PM

views 6

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্ত

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে সদনৰ প্রশ্নোত্তৰকালত এই কথা সদৰী কৰি কয়, যে উচ্চ পৰ্যায়ৰ এই কমিটীখনে অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণৰ বাবে হোৱা জনগাঁথনি পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ বিশ্লেষণ কৰিব আৰু প্ৰতিবেদনযোগে চৰকাৰক পৰামৰ্শ আগবঢ়াব। কমিটীখনে ...