May 30, 2025 8:13 PM May 30, 2025 8:13 PM
6
ৰাজ্যত প্ৰৱল বৰষুণৰ ফলত বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত
বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত কালিৰে পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত অসমৰো বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত হৈ পৰিছে। শিলচৰ আৰু হাটশিঙিমাৰিকে ধৰি দক্ষিণ অসম, মধ্য আৰু পশ্চিম অসমৰ বিভিন্ন জিলাত যোৱা ২৪ ঘণ্টাত ৭ চেণ্টিমিটাৰৰ পৰা ৮ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ ৰেকৰ্ড কৰা হৈছে। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত নগৰীয়া বানে আজি জটিল ৰূপ ধাৰণ কৰে। ৰূক্মিণীগাঁৱৰ জি-এছ ৰোডৰ বিস্তৃর্ণ অঞ্চল এবুকু পর্যন্ত জলমগ্ন ...