April 11, 2025 11:28 AM
ৰাজ্যত নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন
গুৱাহাটীৰ আগিয়াঠুৰীৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ ১৫৫ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা তেজপুৰ-শিলঘাট সংযোগী ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে'ল মন্ত্ৰালয়ে অনুম...