April 11, 2025 11:28 AM

views 14

ৰাজ্যত নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে’ল মন্ত্ৰালয়ৰ অনুমোদন

গুৱাহাটীৰ আগিয়াঠুৰীৰ পৰা তেজপুৰৰ ডেকাৰগাঁৱলৈ ১৫৫ কিলোমিটাৰ আৰু তেজপুৰৰ পৰা তেজপুৰ-শিলঘাট সংযোগী ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেললাইন প্ৰকল্পৰ চূড়ান্ত স্থান জৰীপত ৰে'ল মন্ত্ৰালয়ে অনুমোদন জনাইছে। বিগত চাৰিটা বৰ্ষত অসমৰ ১৯টা জৰীপত অনুমোদন জনোৱা হৈছে। ইয়াৰে ভিতৰত ৯টা নতুন ৰেলপথ আৰু পাঁচটা দ্বৈত ৰেলপথলৈ উন্নীতকৰণৰ প্ৰকল্প আছে। ৰাজ্যত বৰ্তমান ৰূপায়িত হৈ থকা প্ৰকল্পসমূহৰ ভিতৰত মুৰ্কংচেলেক-পাছিঘাট সংযোগী ২৬ দশমিক ১-৫ কিলোমিটাৰ, তেতেলীয়া-বর্ণিহাট সংযোগী ২১ দশমিক ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেলপথ প্রকল্...