July 20, 2025 7:43 PM

views 18

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ সফল সামৰণি

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা গুৱাহাটী শিশু মহোৎসৱৰ আজি সফল সামৰণি পৰে। এই মহোৎসৱৰ সময়ছোৱাত প্ৰতি দিনে শতাধিক শিশু চেমনিয়াৰ মাজত যোগাসন, কলা সংস্কৃতিৰ কৰ্মশালা, চলচ্চিত্ৰ প্ৰদৰ্শন আৰু গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। আজিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্রণেতা সুমন্ত চলিহাই প্রতিটি শিশুৱে প্ৰতিভাশালী আৰু প্ৰত্যেকৰে বেলেগ বেলেগ প্রতিভা থাকে বুলি মন্তব্য কৰে। শিশু মহোৎসৱৰ জৰিয়তে অসম প্ৰক...