December 23, 2025 11:47 AM

views 12

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ পাছত অসমৰো ভিন্ন প্ৰান্তত প্ৰতিবাদ

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজে কালি সন্ধিয়া ধুবুৰীৰ পাচমোৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাক নিন্দা কৰাৰ লগতে বাংলাদেশত হিন্দুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। বৰাক উপত্যকাৰ শ্রীভূমিত কালি বঙালী পৰিষদৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনত দীপু দাস নামৰ লোকজনৰ নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধ...