July 12, 2025 8:35 PM July 12, 2025 8:35 PM
5
গুৱাহাটী শিশু মহোৎসৱৰ তৃতীয় দিনাও ডেৰ শতাধিক শিশু চেমনীয়াৰ অংশগ্রহণ
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি তৃতীয় দিনাও ডেৰ শতাধিক শিশু চেমনীয়াই কৰ্মশালাত অংশগ্রহণ কৰে। নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ এই কৰ্মশালা পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে শুভাৰম্ভ কৰা হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পী, ৰাজীৱ কুমাৰ সাউদ আৰু সোনম দেৱীয়ে নাট কর্মশালাত প্রশিক্ষণ দিয়ে। বিশিষ্ট মুকাভিনয় শিল্পী মইনুল হকে মুকাভিনয় আৰু দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজ...