December 26, 2024 8:09 PM
বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা
বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিলৈ এই বছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ‘ধাৰ আৰু অন্যান্য গল্প' পুথিৰ বাবে ঠংছিয়ে এই বঁটা লাভ কৰিছে। আজি অসম গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্য...