April 8, 2025 8:47 PM

views 33

ৰাজ্যত পোষণ পষেক আৰম্ভ; কামৰূপত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভাৰম্ভ কৰে পোষণ পষেক

ৰাজ্যত আজি পোষণ পষেক আৰম্ভ হৈছে। কামৰূপ জিলাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত পোষণ পষেক শুভাৰম্ভ কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে বছৰৰ প্ৰতি দিনতে জিলাখনৰ শিশুসকলক স্বাস্থ্যৰ যতন আৰু সুৰক্ষা ল'বলৈ জিলাখনৰ প্ৰতিটো বিভাগক আহ্বান জনায়। পোষক পষেকৰ কাৰ্যসূচীত জিলাখনৰ আয়ুস, স্বাস্থ্য, জনস্বাস্থ্য, শিক্ষা বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অহা ১৫ দিনৰ ভিতৰত জিলাখনত মাতৃগৰ্ভত শিশুৰ পঞ্চামৃত আৰু নৱজাতক শিশুৰ অন্নপ্রাশন অনুষ্ঠিত হ'ব বুলি সমাজ কল্যা...