ডাউনলোড
মোবাইল এপ

android apple
signal

April 8, 2025 8:47 PM

ৰাজ্যত পোষণ পষেক আৰম্ভ; কামৰূপত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভাৰম্ভ কৰে পোষণ পষেক

ৰাজ্যত আজি পোষণ পষেক আৰম্ভ হৈছে। কামৰূপ জিলাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত পোষণ পষেক শুভাৰম্ভ কৰে। সভাত জিলা আয়ুক্তগৰাক...