December 9, 2024 7:51 PM December 9, 2024 7:51 PM

views 4

অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত ৪ মন্ত্ৰীক দায়িত্ৱ অৰ্পণ, পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰো দপ্তৰৰ সালসলনি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চাৰে তিনি বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সালসলনি ঘটাইছে। মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা-বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্রধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰয়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ আৰু নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক পশু পালন আৰু পশু চিকিৎসা, মীন আৰু প্ৰ...