May 30, 2024 8:02 PM May 30, 2024 8:02 PM

views 11

সামাজিক মাধ্যমক ব্যৱসায়িক উদ্দেশ্যেৰে ব্যৱহাৰৰ কৰাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষীক নিলম্বন

অসম আৰক্ষীয়ে সামাজিক মাধ্যমক ব্যবসায়িক উদ্দেশ্যেৰে ব্যৱহাৰ কৰি লাভ অৰ্জন কৰাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষীক দায়িত্বৰ পৰা নিলম্বন কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে চৰকাৰী বিষয়াই এনে ধৰণৰ ব্যৱসায়িক কার্যকলাপ চলোৱাটো নীতিবর্হিভূত কার্য। আৰক্ষীয়ে এই কথাৰ সম্ভেদ পোৱাৰ লগে লগে মহিলা আৰক্ষীগৰাকীৰ কাৰ্যৰ সত্যাসত্য নিৰূপণ কৰাৰ পাছতে তেওঁক নিলম্বন কৰে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় কার্যব্যৱস্থা গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে আৰক্ষীৰ লোকসকলক চৰকাৰ, ব...