November 1, 2025 11:58 AM
39
ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ
অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তকে ধৰি ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে। অনুসন্ধান শাখাত উপ-আৰক্ষী অধীক্ষক ফুলকৰ নাৰ্জাৰী, মাধুৰীমা দাস, তদানীন্তন মহকুমা আৰক্ষী বিষয়া প্রকাশ সোণোৱাল আৰু উপ-পৰিদৰ্শক উমেশ বৰাই গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে। একেদৰে বিশেষ অভিযান শাখাত তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেণ্ড, আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং ...