August 2, 2025 10:21 PM

views 15

গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্র

অসম আৰক্ষীয়ে শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত এখন ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৌশিক গোস্বামীয়ে এই আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলে কোনো ধৰণৰ বাধা অবিহনে ন্যায় আৰু পুনৰ সংস্থাপন লাভ কৰাটো গুৰুত্বপূৰ্ণ বিষয় বুলি মত পোষণ কৰে। আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে আলোচনাত অংশ লৈ শিশুসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ এখন মঞ্চ গঢ়ি তোলাৰ পোষকতা কৰে। ৰাজ্য চৰকাৰৰ গ...