July 8, 2024 12:14 PM July 8, 2024 12:14 PM
12
ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ নির্দেশযোগে অসম আৰক্ষীত ব্যাপক ৰদবদল
ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এটা নির্দেশ যোগে অসম আৰক্ষীত ব্যাপক ৰদবদল ঘটাইছে। এই নির্দেশ অনুসৰি ১৪ গৰাকী আৰক্ষী বিষয়াক বদলি কৰাৰ লগতে লখিমপুৰ, বৰপেটা আৰু চিৰাঙত নতুন আৰক্ষী অধীক্ষক নিয়োগ কৰা হৈছে। বি টি এ ডিৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাক তিনিচুকীয়াৰ এন ই আৰলৈ বদলি কৰা হৈছে। সেইদৰে এম পি চিৰ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙক অতিৰিক্তভাৱে বি টি এ ডিৰ মহাপৰিদৰ্শকৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। চি আই ডিৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰণী বৰুৱাক চি ডব্লিউ আৰলৈ বদলি কৰা হৈছে। আৰক্ষী অধীক্ষক অংকুৰ জৈনক কাহিল...