August 26, 2024 9:03 PM

views 43

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত আজি সকলো থানাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ টহলৰ ব্যৱস্থা

জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰা তথা ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত আজি ৰাজ্যজুৰি সকলো থানাৰ অধীনৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ টহলৰ ব্যৱস্থা কৰা হয়। ওদালগুৰি, নলবাৰী, দৰং, বাক্সা, লখিমপুৰ, দক্ষিণ শালমাৰা, মৰিগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, ডিমা হাচাও, যোৰহাট, গোলাঘাট, নগাঁও, শিৱসাগৰকে ধৰি ৰাজ্যৰ জিলাই জিলাই জনসাধাৰণক আশ্বস্ত কৰিবলৈ আৰক্ষী বিভাগে বিশেষ টহলৰ ব্যৱস্থা কৰে। জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষীৰ কামাণ্ডো তথা অসম আৰক্ষীৰ বিষয়াসকলেও এই ক...