May 28, 2025 12:17 PM
অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ নিৰ্দেশ জাৰি
অসম চৰকাৰে অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখা অর্থাৎ বি আই ই অ’-ক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ অ...