May 28, 2025 12:17 PM May 28, 2025 12:17 PM

views 2

অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ নিৰ্দেশ জাৰি

অসম চৰকাৰে অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখা অর্থাৎ বি আই ই অ’-ক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এখন জাননীযোগে এই নির্দেশ জাৰি কৰে। এই অনুসৰি বৰ্তমানৰ বি আই ই অ’-ৰ সকলো পদৰ কৰ্মচাৰীকে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়লৈ বদলি কৰা হৈছে। একেদৰে বি আই ই অ কার্যালয়ৰ গোচৰ তথা অন্যান্য সকলো নথি-পত্র সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হৈছে। তদুপৰি আই পি এছ আৰু এ পি এছ কেড...