December 6, 2024 9:11 PM

views 12

ৰাজ্যৰ ৫গৰাকী ব্যক্তিলৈ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৰিৱেশ মিত্ৰ সন্মান

ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ৫ গৰাকী ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান আগবঢ়াইছে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশ্ব প্রকৃতি নিধি ভাৰতৰ প্ৰতিষ্ঠাপক সদস্য সচিব ড০ অনিল কুমাৰ গোস্বামীলৈ পৰিৱেশ সংৰক্ষণ আৰু ৰাজ্যত এই সম্পৰ্কীয় শিক্ষাৰ প্ৰসাৰৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড০ দুলাল চন্দ্ৰ গোস্বামী...