May 13, 2025 8:17 PM

views 31

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ অভূতপূর্ব সাফল্য

পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। নির্বাচন আয়োগে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও জিলা আয়ুক্তসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলসমূহে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ৩০০ খনত জয়লাভ কৰাৰ লগতে আঞ্চলিক পঞ্চায়তৰ ২,১৯২ খন আসনৰ ১,৪৩৬ খনত জয়লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বৃহৎ জয়ৰ বাবে সকলোকে ধন্যবাদ জনায়। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ এই আস্থা...