February 1, 2025 6:57 PM February 1, 2025 6:57 PM

views 6

প্রাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা মুকলি

অসমৰ স্বাস্থ্য খণ্ডত নৱীনতম সংযোজন প্রাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা আজিৰেপৰা কার্যক্ষম হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চতুৰ্দশ আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা ৰাইজৰ বাবে মুকলি কৰি দিছে। প্রায় ৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ৫০৫ খন বিছনাৰ সুবিধা থাকিব। চিকিৎসা মহাবিদ্যালয়খন সম্পূর্ণ প্রযুক্তিচালিত স্বাস্থ্য প্রতিষ্ঠান হিচাপে বিবেচিত হ'ব বুলি আজি মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰে। উদ্বোধন...