June 11, 2025 11:58 AM
ৰাজ্যৰ প্ৰশাসনত সালসলনি; কেইবাখনো জিলাত নতুন আয়ুক্ত নিয়োগ
ৰাজ্যৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ সালসলনি ঘটোৱা হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি কেইবাখনো জিলাত নতুন আয়ুক্ত নিয়োগ কৰা হৈছে। নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাক ৰাজ্য চৰকাৰৰ...