December 3, 2025 8:17 PM December 3, 2025 8:17 PM

views 2

অসম আৰক্ষী, গৃহ বিভাগৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰে । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূৰ্বে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ ঠাইত বৰ্তমানলৈ ১ লাখ ৪০ হাজাৰ নিবনুৱা যুৱক- যুৱতিক চাকৰি দিয়া হ'ল বুলি উল্লেখ কৰি তেওঁ এই সন...