January 15, 2025 11:06 AM

views 17

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথিতযশা সাংবাদিক কনকসেন ডেকাই ‘ৰংগমঞ্চ’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ২১ জানুৱাৰীৰ মুকলি অধিৱেশনত অভিনেত্রী সীমা বি...

January 15, 2025 11:03 AM

views 16