July 20, 2025 12:58 PM

views 27

অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ছিকিমত মূল্যৱান খনিজ পদাৰ্থৰ অন্বেষণৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিমত সন্ধান পোৱা লিথিয়াম, কোবাল্ট, ক্ৰ'মিয়াম, ৰেয়াৰ আৰ্থ, গ্ৰেফাইট আৰু ভেনাদিয়ামৰ দৰে মূল্যবান খনিজ পদাৰ্থৰ অন্বেষণৰ বাবে আগবাঢ়িছে। ৰাষ্ট্ৰীয় খনিজ অন্বেষণ ন্যাসে ইতিমধ্যে ৩৮ টা খণ্ড চিনাক্ত কৰি সাতটা খণ্ড নীলামৰ বাবে সাজু কৰিছে। বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে একবিংশ শতিকাৰ অৰ্থনীতিৰ বাবে অত্যাৱশ্যকীয় হৈ পৰা এই দুৰ্লভ খনিজৰ সন্ধানে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাই নহয়, বৰং পৰনিৰ্ভৰশীলতাৰো অন্ত পেলাব। ৰেয়...