June 17, 2025 12:42 PM

views 12

মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টা

অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত এই সমস্যাৰ শান্তিপূর্ণ সমাধান উলিওৱা হ'ব। কেন্দ্ৰীয় বিজ্ঞান প্রযুক্তি আৰু ভূ-বিজ্ঞান দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কালি নাগালেণ্ডত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শীঘ্ৰে এই সমস্যাৰ সমাধান হোৱাৰ পথ প্ৰশস্ত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যখনত এখন জিলা এবিধ সামগ্ৰী কাৰ্যসূচীৰ অধীনত ৫ বছৰীয়া এখন ভৱিষ্য নথি মুকলি কৰে। ওখা জিলা...