October 1, 2025 9:01 PM

views 29

নাগালেণ্ডত নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ ৪খনকৈ গেট খোলা হৈছে বুলি নিপকোৰ তৰফৰ পৰা জনোৱা হৈছে। অতিৰিক্ত পানী দৈয়াং নদীৰ জৰিয়তে ধনশিৰি নদীলৈ প্ৰবাহিত কৰা হ'ব বুলি নিপকো কর্তৃপক্ষই জানিবলৈ দিছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক বিশেষকৈ নদীপৰীয়া গাঁৱৰ লোকক নদীত গা ধোৱা, মাছ ধৰা আৰু নদীৰ পাৰত খেলাধূলা আদি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বিশেষকৈ কাইলৈ বিজয়া দশমীৰ কাৰ্যসূচীৰ সময়ত এই ক্ষেত্ৰত সকলোকে বিশেষ ...

May 16, 2025 8:55 PM

views 25

অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ বিশেষ কার্যসূচী

নাগালেণ্ডৰ লংলেং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ য়ংলক ৰাজহুৱা খেলপথাৰত আজি অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক বিশেষ কার্যসূচী অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সমন্বয় অধিক মজবুত কৰাৰ উদ্দেশ্যে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত নাগালেণ্ডৰ তামলু বিধানসভা সমষ্টিৰ বিধায়ক, লংলেং বিধানসভা সমষ্টিৰ বিধায়ক, অসমৰ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শ‍ইকীয়াৰ লগতে লংলেং আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বহুকেইজন বিষয়া আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ ব...