January 21, 2025 11:56 AM January 21, 2025 11:56 AM
7
ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত মাহেকীয়া পর্যালোচনা বৈঠক
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত কালি আয়ুক্ত আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কল্যাণমুখী পদক্ষেপসমূহৰ অগ্ৰগতি পর্যালোচনা কৰিবলৈ মাহেকীয়া পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাসমূহত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। তদুপৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আয়োজনৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত প্ৰস্তুতি আৰু কৌশলগত পৰিকল্পনা আলোচনাৰ অধীনত আয়ুক্তসকলক স্থানীয় বাণিজ্যিক সংস্থাৰ সৈতে সম্পৰ্ক স্থাপন ক...