August 9, 2024 8:18 PM August 9, 2024 8:18 PM
4
অসম-মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী পৰ্যায়ৰ বৈঠক
অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। ইতিমধ্যে ৰাজ্যখনত গৈ উপস্থিত হোৱা অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোক আইজল বিমান বন্দৰত মিজোৰামৰ গৃহ সচিবে আদৰণি জনায়। ৰাজ্যখনৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে আইজলৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ'ব। অসমৰ মন্ত্ৰী দলটোক অতুল বৰাই নেতৃত্ব দিয়াৰ বিপৰীতে মিজোৰামৰ দলটোক ৰাজ্যখনৰ গৃহমন্ত্ৰী কে ছাপডাংগাই নেতৃত্ব দিব। দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকল...