September 18, 2025 8:20 PM
15
যোৰাবাটত অসম-মেঘালয়ৰ টেক্সি চালক সন্থাৰ প্ৰতিবাদ
অসম আৰু মেঘালয়ৰ টেক্সি চালক সন্থাই যোৰাবাটত কৰা প্ৰতিবাদৰ ফলত আজি বহু সময় ধৰি চুবুৰীয়া ৰাজ্য দুখনৰ পৰ্যটকসকল অসুবিধাৰ সন্মুখীন হয়। মেঘালয়ৰ টেক্সি চালক সন্থাই পূৰ্বে অসমৰ পৰা পৰ্যটক লৈ যোৱা বাহনসমূহ ৰাজ্যখনত প্ৰৱেশত বাধা দিয়াৰ উপৰি মেঘালয় ভ্ৰমণ কৰিবলৈ ৰাজ্যখনৰ বাহনহে ব্যৱহাৰ কৰিব লাগিব বুলি দাবী তুলিছিল। এই কাৰ্যৰ প্ৰতিবাদ হিচাপে আজি অসমৰ টেক্সি চালক সন্থাই মেঘালয়ৰ পৰা যাত্ৰী কৰিয়াই অনা ৰাজ্যখনৰ বাহনসমূহ অসমত প্ৰৱেশত বাধা দিয়াক লৈ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। দুয়ো ৰাজ্যৰ আৰক্ষী প্ৰ...