July 27, 2025 8:45 PM
পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তই সীমাৰ স্তম্ভ ভাঙি দিয়াত পৰিস্থিতি পুনৰ উত্তপ্ত
পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তই যোৱা নিশা সীমাৰ স্তম্ভ ভাঙি দিয়াৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিন ধৰ...