July 3, 2025 1:52 PM
কামৰূপ জিলাৰ বকোৰ হাহিম অঞ্চলত অসম-মেঘালয়ৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ
কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত অসম আৰু মেঘালয়ৰ জৰীপ দল, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলে দুয়োখন ৰাজ্যৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ কৰিছে। হাহিমৰ ৰংথালি গাঁৱৰ পৰা গিজাং নৈৰ...