November 4, 2025 7:47 PM November 4, 2025 7:47 PM
16
ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ সংবাদ মেল
উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ এখন সংগঠিত ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে আজি দিল্লীৰ কনষ্টিটিউছন ক্লাৱত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে একগোট হৈ আগবঢ়াৰ কথা বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে আঞ্চলিক, ৰাজনৈতিক একতা শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও জানিবলৈ দিয়ে। এই সংবাদমেলত ত্ৰিপুৰাৰ টিপৰা মোথাৰ অধ্যক্ষ প্রদ্যুত বিক্রম মানিক্য দেৱবাৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ...